মহানগৰীৰ 'খাওঁগলি'ত ভয়ংকৰ অগ্নিকাণ্ড

বানপানীৰ প্ৰকোপৰ মাজতে মহানগৰী গুৱাহাটীত শুকুৰবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা

author-image
Asomiya Pratidin
New Update
মহানগৰীৰ 'খাওঁগলি'ত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল ডেস্কঃ বানপানীৰ প্ৰকোপৰ মাজতে মহানগৰী গুৱাহাটীত শুকুৰবাৰে নিশা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। মহানগৰীৰ দীঘালিপুখুৰীস্থিত 'খাওঁগলি'ত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ৩খনকৈ খাদ্যৰ বিপনীৰ ক্ষতিগ্ৰস্ত হয়।

খবৰ অনুসৰি, এটা বেটাৰীৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । অগ্নিকাণ্ডত কোনোলোক আঘাতপ্ৰাপ্ত হোৱা নাই যদিও এখনি বিপনী সম্পূৰ্ণৰূপে জ্বলি ছাঁই হৈছে। উল্লেখ্য যে, স্থানীয়লোকৰ তৎপৰতাত নিৰ্বাপিত হয় অগ্নি।

Also Read: গোলাঘাটত টাই আহোম যুৱ পৰিষদৰ অধিৱেশন

guwahati