/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/26zh80m5/download.jpg)
-
দীপাৱলী উপলক্ষে বন্ধ ঘোষণা কামৰূপ (ম) জিলা প্ৰশাসনৰ।
-
পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে।
-
অহা ১ নৱেম্বৰত কামৰূপ (ম) জিলা বন্ধ ঘোষণা কৰিছে জিলা প্ৰশাসনে।
-
জিলা প্ৰশাসনে জাননী নং e file No 222764/133 যোগে এই কথা ৰাজহুৱা কৰিছে।
-
উক্ত দিনটোত কামৰূপ মহানগৰ জিলাৰ সকলো চৰকাৰী কাৰ্যালয় তথা শিক্ষানুষ্ঠান আদি বন্ধ থাকিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-28/dwmrrja0/b135d517-8ba2-4d72-9452-4c00867677b6.jpg)
Also Read: কামপুৰত কপিলী নৈৰ বুকুত জাহ গ’ল কেইবা কোটি টকীয়া মাথাউৰি