গুৱাহাটীৰ জ্যোতি বিষ্ণু প্রেক্ষাগৃহত চুৰিকাণ্ড

গুৱাহাটীৰ জ্যোতি বিষ্ণু প্রেক্ষাগৃহত চুৰিকাণ্ড। ফেঞ্চিং কাটি চোৰে প্রৱেশ কৰে উত্তৰ–পূবৰ সৰ্ববৃহৎ‍ প্রেক্ষাগৃহটোত।

author-image
Asomiya Pratidin
New Update
ghrthngg
  • গুৱাহাটীৰ জ্যোতি বিষ্ণু প্রেক্ষাগৃহত চুৰিকাণ্ড 
  • প্রেক্ষাগৃহটো মুকলিৰ দুমাহৰ ভিতৰতে চোৰৰ চাফাই অভিযান
  • ফেঞ্চিং কাটি চোৰে প্রৱেশ কৰে উত্তৰ–পূবৰ সৰ্ববৃহৎ‍ প্রেক্ষাগৃহটোত
  • এবাৰ–দুবাৰ নহয়, কেইবাবাৰো চুৰি কাৰ্য সংঘটিত হৈছে প্রেক্ষাগৃহটোত
  • ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল নিৰ্মাণকাৰী প্রতিষ্ঠানৰ
  • আৰক্ষীয়ে CCTV ফুটেজৰ ভিত্তিত অব্যাহত ৰাখিছে তদন্ত
  • এতিয়াও নিৰ্মাণকাৰী প্রতিষ্ঠানটোৱে চৰকাৰক হস্তান্তৰ কৰা নাই প্রেক্ষাগৃহটো

WhatsApp Image 2026-02-19 at 6.03.38 PM

জ্যোতি বিষ্ণু প্রেক্ষাগৃহ