ডিজিটেল ডেস্কঃ অপেক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সময়সূচী। ১২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া পৰীক্ষাৰ অন্ত পৰিব ১৪ মাৰ্চত।.তাৰিখ অনুসৰি পৰীক্ষাৰ সময়সূচী এনেধৰণৰ-.১২ ফেব্ৰুৱাৰী- ইংৰাজী১৪ ফেব্ৰুৱাৰী- ৰসায়ন বিজ্ঞান/বিজনেছ ষ্টাডিজ১৫ ফেব্ৰুৱাৰী- বৃত্তিগত বিষয়১৬ ফেব্ৰুৱাৰী- ঐচ্ছিক অসমীয়া/আৰবী/পাৰ্ছী/সংস্কৃত১৮ ফেব্ৰুৱাৰী- পদাৰ্থ বিজ্ঞান/একাউণ্টেঞ্চী/ৰাজনীতি বিজ্ঞান/বৃত্তিগত বিষয়২১ ফেব্ৰুৱাৰী- গণিত/ঐচ্ছিক সংস্কৃত২৩ ফেব্ৰুৱাৰী- জীৱ বিজ্ঞান/শিক্ষা/বাণিজ্যিক গণিত/পৰিসংখ্যা/আই টি২৫ ফেব্ৰুৱাৰী- আধুনিক ভাৰতীয় ভাষা(MIL)/ঐচ্ছিক ইংৰাজী২৭ ফেব্ৰুৱাৰী- তৰ্কবিজ্ঞান আৰু দৰ্শন/মনোবিজ্ঞান/বীমা/ফাইন আৰ্টছ২৮ ফেব্ৰুৱাৰী- বৃত্তিগত শাখা১ মাৰ্চ- অৰ্থনীতি বিজ্ঞান২ মাৰ্চ- সংগীত/গৃহবিজ্ঞান৫ মাৰ্চ- কম্পিউটাৰ/এণ্টাৰপ্ৰিনিঅৰশ্বিপ ডেভেলপমেণ্ট৭ মাৰ্চ- ভূগোল/জিঅ'লজী/বেংকিং/মাল্টিমিডিয়া আৰু ৱেব টেকনল'জী৯ মাৰ্চ- নৃতত্ব/সমাজ তত্ব/ছেলমেনশ্বিপ & এডভাৰ্টাইজিং/সংগীত১২ মাৰ্চ- পৰিসংখ্যা১৪ মাৰ্চ- জৈৱ প্ৰযুক্তি/ইতিহাস/ইক'নমিক জিঅ'গ্ৰাফী/সংগীত