/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/af3a61f9-4a25-4d28-93bc-d339dfe183f5/aimu.jpg)
-
মালিগাঁও ষ্টেডিয়ামত চাঞ্চল্যকৰ ঘটনা
-
ছুৰীৰে হানি-খুচি হত্যা এজন যুৱকক
-
নিহত যুৱকজনৰ নাম সীমান্ত তালুকদাৰ
-
বিহুৰ অনুষ্ঠান উপভোগ কৰি থাকোতেই সংঘটিত এই ঘটনা
-
এদল যুৱকৰ সৈতে বিহুতলীত কাজিয়াত লিপ্ত হৈছিল সীমান্ত
-
GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় সীমান্তৰ
-
জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে ৰাহুল বৈশ্য নামৰ এজনক
-
বৰ্তমানো পলাতক ঘটনা সংঘটিত কৰা আনকেইজন যুৱক