গুৱাহাটী ৰে’ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ সোণ

গুৱাহাটী ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ সোণ জব্দ। আগৰতলা-দেওঘৰ এক্সপ্রেছৰ পৰা জব্দ কৰা হয় সোণখিনি

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্কঃ গুৱাহাটী ৰে’ল ষ্টেচনত বুজন পৰিমাণৰ সোণ জব্দ। আগৰতলা-দেওঘৰ এক্সপ্রেছৰ পৰা জব্দ কৰা হয় সোণখিনি। জি আৰ পিৰ তালাচীত জব্দ সোণখিনিৰ ওজন ১৩ কিলোগ্রাম।

উল্লেখ্য যে, বিস্কুটৰ আকাৰত থকা ১৩টা অংশ জব্দা কৰিছে আৰক্ষীয়ে। ঘটনাৰ সন্দৰ্ভত জি আৰ পিয়ে আটক কৰিছে অমৰনাথ অশোক সাৱন্ত নামৰ এজন লোকক । ইয়াক পূৰ্বেও গুৱাহাটী ৰে’ল ষ্টেচনত আৰক্ষীয়ে জব্দ কৰিছিল সোণ।

Also Read: প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৬৮ লাখ শিশু গৃহহীন! ভাৰত আছে দ্বিতীয় স্থানত

Assam police