Advertisment

এসপ্তাহত তিনিটা ঘটনাঃ গুৱাহাটীত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ...

গুৱাহাটীত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ। মহানগৰীৰ ৰুক্মিনী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱতী গৰাকীৰ নাম বিপ্লৱী নাথ। ৰুক্মিনীগাঁৱৰ হাউচ নং ৮ ত উদ্ধাৰ মৃতদেহ। যুৱতীগৰাকীয়ে ডেৰমাহ পূৰ্বে লৈছিল ভাৰাঘৰ।

author-image
Asomiya Pratidin
New Update
guwahati

guwahati Photograph: (guwahati)

  • গুৱাহাটীত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ।
  • মহানগৰীৰ ৰুক্মিনী গাঁৱত যুৱতীৰ মৃতদেহ উদ্ধাৰ।
  • মৃত যুৱতী গৰাকীৰ নাম বিপ্লৱী নাথ।
  • ৰুক্মিনীগাঁৱৰ হাউচ নং ৮ ত উদ্ধাৰ মৃতদেহ।
  • যুৱতীগৰাকীয়ে ডেৰমাহ পূৰ্বে লৈছিল ভাৰাঘৰ।
  • যুৱতীগৰাকীৰ ঘৰ গোৱালপাৰাত।
  • এখন ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰৰ আছিল যুৱতী গৰাকী।
  • এটা সপ্তাহত মহানগৰীত এয়া তৃতীয়টো ঘটনা।
  • তিনিদিন ধৰি ঘৰৰ মানুহে ফোনত পোৱা নাছিল।
  • দুদিন ধৰি ভাড়াঘৰৰ মানুহে দেখা নাছিল ছোৱালী জনী।
  • দুৰ্গন্ধ বাহিৰ হৈছিল মৃতদেহৰ পৰা।
  • যোৱা বৃহস্পতিবাৰেও তিনিচুকীয়াৰ এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হৈছিল। 
গুৱাহাটী