/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/umamnanda-jjjj.jpg)
গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধঃ যাত্ৰীৰ মাজত হাহাকাৰ (প্ৰতিনিধিত্বমূলক ফটো)
বন্ধ হৈ পৰিছে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।
ঘন কুঁৱলীৰ বাবে এই সমস্যা।
উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটত আবদ্ধ বহু শিক্ষাৰ্থী।
আবদ্ধ হৈ আছে বহু চৰকাৰী কৰ্মচাৰী।
কুঁৱলী আঁতৰি মুকলি নোহোৱালৈকে নচলে ফেৰী।
ফলত ফেৰী ঘাটত হাহাকাৰ সদৃশ পৰিবেশ।
Also Read: পৰশুৰাম কুণ্ডলৈ গৈ সন্ধানহীন ধেমাজিৰ যুৱক...