গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধঃ যাত্ৰীৰ মাজত হাহাকাৰ...

গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধঃ যাত্ৰীৰ মাজত হাহাকাৰ (প্ৰতিনিধিত্বমূলক ফটো)
গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধঃ যাত্ৰীৰ মাজত হাহাকাৰ (প্ৰতিনিধিত্বমূলক ফটো)
  • বন্ধ হৈ পৰিছে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।

  • ঘন কুঁৱলীৰ বাবে এই সমস্যা।

  • উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটত আবদ্ধ বহু শিক্ষাৰ্থী।

  • আবদ্ধ হৈ আছে বহু চৰকাৰী কৰ্মচাৰী।

  • কুঁৱলী আঁতৰি মুকলি নোহোৱালৈকে নচলে ফেৰী।

  • ফলত ফেৰী ঘাটত হাহাকাৰ সদৃশ পৰিবেশ।

গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধঃ যাত্ৰীৰ মাজত হাহাকাৰ (প্ৰতিনিধিত্বমূলক ফটো)
পৰশুৰাম কুণ্ডলৈ গৈ সন্ধানহীন ধেমাজিৰ যুৱক...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in