New Update
/asomiyapratidin/media/media_files/2026/03/05/3-2026-03-05-15-01-18.jpg)
- নিশাৰ মহানগৰীত পিষ্টলধাৰী যুৱকৰ টিঘিলঘিলনি
- মহানগৰীৰ দিছপুৰ আৰক্ষীৰ জালত পিষ্টলধাৰী এজন যুৱকজন
- পাঞ্জাবাৰীৰ বাঘৰবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰে কৃষ্ণ নাথক
- যুৱকজনৰ পৰা আৰক্ষীয়ে 9mm পিষ্টলসহ ৩ জাঁই সক্রিয় গুলী উদ্ধাৰ কৰে
- পিষ্টলটোৰ অনুজ্ঞাপত্র আছে নে নাই সেয়া এতিয়াও নিশ্চিত হোৱা নাই
- নিজকে ব্যৱসায়ী বুলি দাবী কৰিছে কৃষ্ণ নাথে
- ধৃত কৃষ্ণ নাথৰ বিৰুদ্ধে দিছপুৰ থানাত পূর্বতেও ৰুজু হৈছিল বহু গোচৰ
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/05/whatsapp-image-2026-03-05-15-02-01.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us