Advertisment

গুৱাহাটীত ১৪সংখ্যক নেচনেল মিনি ৰ'ল বল চেম্পিয়নশ্বীপ...

গুৱাহাটীত অনুষ্ঠিত হৈছে ১৪সংখ্যক নেচনেল মিনি ৰ'ল বল চেম্পিয়নশ্বীপ। চাৰিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত চেম্পিয়নশ্বীপত অংশ গ্ৰহণ কৰিছে দেশৰ ২৫ খন ৰাজ্যৰ পুৰুষ আৰু মহিলা দলে।

author-image
Asomiya Pratidin
New Update
গুৱাহাটীত ১৪সংখ্যক নেচনেল মিনি ৰ'ল বল চেম্পিয়নশ্বীপ...

গুৱাহাটীত ১৪সংখ্যক নেচনেল মিনি ৰ'ল বল চেম্পিয়নশ্বীপ...

ডিজিটেল ডেস্কঃ গুৱাহাটীত অনুষ্ঠিত হৈছে ১৪সংখ্যক নেচনেল মিনি ৰ'ল বল চেম্পিয়নশ্বীপ। চাৰিদিনীয়া কাৰ্যসূচীৰে মহানগৰীৰ ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত চেম্পিয়নশ্বীপত অংশ গ্ৰহণ কৰিছে দেশৰ ২৫ খন ৰাজ্যৰ পুৰুষ আৰু মহিলা দলে।

Advertisment
পুত্ৰৰ খেল উপভোগ আইমী বৰুৱাৰ
পুত্ৰৰ খেল উপভোগ আইমী বৰুৱাৰ Photograph: (পুত্ৰৰ খেল উপভোগ আইমী বৰুৱাৰ)

 

উল্লেখ্য যে, ২১জানুৱাৰীত অনুষ্ঠিত হব ফাইনেল খেলখন। আজি ৰ'ল বল চেম্পিয়নশ্বীপত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি খেলুৱৈ সকলক উৎসাহ যোগায় অভিনেত্ৰী আইমী বৰুৱাই।

২১জানুৱাৰীত ফাইনেল
২১জানুৱাৰীত ফাইনেল Photograph: (২১জানুৱাৰীত ফাইনেল)

 

উল্লেখযোগ্য যে অসম দলৰ হৈ খেলিছে আইমি বৰুৱাৰ পুত্ৰ বীৰে। ৩ বছৰৰ পৰা ৰ'ল বল খেলি অহা বীৰে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিও নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে।

আইমী বৰুৱা