New Update
/asomiyapratidin/media/media_files/2026/02/06/whatsapp-im-2026-02-06-23-19-37.jpeg)
- গুৱাহাটীত যান-বাহন চলাচলক লৈ বিশেষ নিৰ্দেশনা জাৰি
- লালগণেশত নিৰ্মীয়মান উৰণসেতুৰ কামৰ বাবে এই নিৰ্দেশনা জাৰি
- চাইকেল ফেক্টৰী তিনিআলিৰ পৰা বৰ্ষাপাৰা তিনিআলিলৈ বন্ধ থাকিব যান-বাহন চলাচল
- নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ বন্ধ থাকিব যান-বাহন চলাচল
- কাম সম্পূৰ্ণ নোহোৱালৈকে যান-বাহন চলাচলত নিষেধাজ্ঞা প্ৰশাসনৰ
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/06/whatsapp-ima-2026-02-06-23-19-27.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us