গুৱাহাটী গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ড... গুৱাহাটীত লোমহৰ্ষক হত্যাকাণ্ড। বি. বৰুৱা কেন্সাৰ হাস্পতালৰ সমীপত এই হত্যাকাণ্ড। মৃতদেহৰ ভিন্ন অংশত স্পষ্ট আঘাতৰ চিন। পলাশ চেতিয়া নামৰ যুৱকজনক হত্যাৰ সন্দেহ। মৃত পলাশ চেতিয়া পেছাত ৰং মিস্ত্রী। Asomiya Pratidin 11 Dec 2024 09:43 IST Follow UsNew Updateমহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড।বি. বৰুৱা কেন্সাৰ হাস্পতালৰ সমীপত এই হত্যাকাণ্ড।মৃতদেহৰ ভিন্ন অংশত স্পষ্ট আঘাতৰ চিন।পলাশ চেতিয়া নামৰ যুৱকজনক হত্যাৰ সন্দেহ।মৃত পলাশ চেতিয়া পেছাত ৰং মিস্ত্রী। গুৱাহাটীআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক