/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/agrani-batory-1.jpg)
নিশা মহানগৰীৰ হোটেলত উত্তপ্ত পৰিস্থিতি।
নিম্নমানৰ খাদ্য-সামগ্রী যোগান ধৰাক লৈ সৃষ্টি হৈ উত্তেজনাৰ।
উলুবাৰীস্থিত কল্প হোটেলত সংঘটিত এই ঘটনা।
অসম ক্রিকেট সংস্থাৰ পিটচ কিউৰেটৰ প্রশিক্ষণাৰ্থীৰ এই অভিযোগ।
হোটেলখনত প্রশিক্ষণৰ বাবে বাহৰ পাতি আছে ২৫ জনীয়া দলটিয়ে।
কেইবাদিনো নিম্নমানৰ খাদ্য যোগান ধৰাৰ অভিযোগ হোটেল কৰ্তৃপক্ষৰ বিৰুদ্ধে।
প্রতিসাজ আহাৰৰ বাবে প্রশিক্ষণাৰ্থীয়ে বহন কৰিছে ৯০০ টকাকৈ।
এগৰাকী মহিলাৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰো অভিযোগ কিউৰেটৰসকলৰ।
Also Read: 'সাদিন- প্ৰতিদিন গোষ্ঠী'ৰ 'দ্যা কনক্লেভ-২০২৩'ৰ আজি দ্বিতীয় দিন