New Update
/asomiyapratidin/media/media_files/2025/01/18/hJZoJm5npJg3LZkZO3HU.jpg)
Photograph: (অসমীয়া প্ৰতিদিন)
- মহানগৰীত পুনৰ ধন লুটৰ ঘটনা।
- ভঙাগড়ত সংঘটিত হৈছে এই ঘটনা।
- এজন লোকৰ পৰা দুৰ্বৃত্তই থপিয়াই লৈ গ'ল ৫ লাখ টকা।
- বৰ্তমান ঘটনাস্থলীত উপস্থিত হৈছে ভঙাগড় আৰক্ষী।
- চি চি টিভি ফুটেজ নিৰীক্ষণ কৰি আছে আৰক্ষীয়ে।
- বাইকত অহা দুই দুৰ্বৃত্তই থপিয়াই নিয়ে ধনৰ বেগ।
- বেংকৰ পৰা উলিয়াই লৈ গৈছিল ধন খিনি।
- বেংকৰ পৰাই লোকজনক নিৰীক্ষণ কৰাৰ সন্দেহ।
- সম্প্ৰতি বেংকত উপস্থিত হৈছে আৰক্ষীৰ দল।
- ঘটনাস্থলীত উপস্থিত শীর্ষ আৰক্ষী বিষয়া আৰু ক্ৰাইম বাঞ্চ।