/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5daa556f-e428-4216-bebf-6a5de477b71e/11.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ হোটেলত গুলীবিদ্ধ যুৱক। বৰবাৰীৰ ল'জত উদ্ধাৰ হৈছে এজন গুলীবিদ্ধ যুৱক। ভৰিত গুলি লগা যুৱকজনৰ ঘৰ মণিপুৰত বুলি জানিব পৰা গৈছে। মণিপুৰতেই গুলীবিদ্ধ হৈছিল যুৱকজন।
চিকিৎসাৰ বাবে গুৱাহাটীত আত্মগোপন কৰি থকাৰ সন্দেহ আৰক্ষীৰ। তথ্যৰ ভিত্তিত অভিযান চলায় যুৱকজনক আটক কৰি ইতিমধ্যে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে। যুৱকজন কোনো উগ্রপন্থী সংগঠনৰ সদস্য হোৱাৰ সন্দেহৰ সৃষ্টি হৈছে।
Also Read: দিল্লী হাই ক'ৰ্টে বিমুখ কৰিলে কেজৰিৱালকঃ জৰুৰী শুনানিত অস্বীকাৰ ন্যায়ালয়ৰ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us