হেঙেৰাবাৰীত নিচাসক্ত যুৱক আটকঃ জব্দ চিৰিঞ্জসহ কন্টেইনাৰ

হেঙেৰাবাৰীত নিচাসক্ত যুৱক আটকঃ জব্দ চিৰিঞ্জসহ কন্টেইনাৰ

author-image
Asomiya Pratidin
New Update
যোৰাবাটত গ্ৰেপ্তাৰ হ'ল জি পি এছ এছৰ সম্পাদক...

এই মুহূৰ্তৰ খবৰ

ডিজিটেল সংবাদ,গুৱাহাটীঃ মঙলবাৰে নিশা মহানগৰীত ড্রাগছ আসক্ত যুৱকক লৈ উত্তপ্ত পৰিস্থিতি। হেঙেৰাবাৰীৰ লিচুবাগানৰ সমীপত ড্রাগছ সেৱন কৰি থকা অৱস্থাত হাতে-লোটে আটক কৰে এজন যুৱকক।

Advertisment

আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা চিৰিঞ্জ আৰু ড্রাগছ ভৰ্তি কণ্টেইনাৰ। ইফালে ধৃত যুৱকজনক লৈ ড্রাগছ বিক্রী কৰা ব্যৱসায়ীৰ ঘৰ ঘেৰাও কৰে স্থানীয় ৰাইজে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, আৰক্ষীৰ অভিযানৰ বিষয়ে জানিব পাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন দুজন যুৱকে। ইতিমধ্যে দিছপুৰ আৰক্ষীক যুৱকজনক গতাই দিয়ে স্থানীয় লোকে।

Also Read: দীক্ষুৰ ঘৰত আশ্ৰয়ঃ চালাক চুমিৰ সন্ধান ওলাইছে...

Guwahati BOY