১১ বজালৈকে গুৱাহাটীত ভোটদানৰ হাৰ…

১১ বজালৈকে গুৱাহাটীত ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
গুৱাহাটী সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

  • গুৱাহাটী লোকসভা সমষ্টিৰ কামৰূপ মহানগৰ জিলাত শান্তিপূৰ্ণভাৱে চলি আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব।
  • পুৱা ১১ বজালৈকে মুঠ ভোটদানৰ হাৰ এনেধৰণৰ-
  • জালুকবাৰী লোকসভা সমষ্টিত ২৮.০৪ শতাংশ।
  • দিছপুৰ বিধানসভা সমষ্টিত ২৬ শতাংশ।
  • পূব গুৱাহাটী সমষ্টিত মুঠ ভোটদান ২৪ শতাংশ।
  • পশ্চিম গুৱাহাটী সমষ্টিত ভোটদানৰ হাৰ ২২ শতাংশ।