গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ বিশেষ আলোচনা চক্ৰৰ আয়োজন...

গুৱাহাটী বিশ্ববিদ্যালয়ত বিদ্যালয় শিক্ষক সন্থাৰ বিশেষ আলোচনা চক্ৰৰ আয়োজন। অহা ৯ এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ বাৰ্ষিক সভা উপলক্ষে এই আলোচনা চক্ৰখনিৰ আয়োজন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
uyuus

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বিদ্যালয় শিক্ষক সন্থাৰ বিশেষ আলোচনা চক্ৰৰ আয়োজন। অহা ৯ এপ্ৰিলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাৰ বাৰ্ষিক সভা উপলক্ষে এই আলোচনা চক্ৰখনিৰ আয়োজন কৰা হৈছে।

Advertisment

এই আলোচনা চক্ৰখনিত মুখ্য বক্তা হিচাপে আমন্ত্ৰণ কৰা হৈছে বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীক। 

এ আইৰ উত্থান আৰু শিক্ষা ব্যৱস্থাত ইয়াৰ প্ৰভাৱ- শীৰ্ষক আলোচনা চক্ৰখনি বিশ্ববিদ্যালয়ৰ পি ডি চেমিনাৰ হলত আয়োজন কৰা হৈছে। দিনৰ ১১.৩০বজাৰ পৰা আৰম্ভ হব এই অনুষ্ঠানটি। 

গুৱাহাটী বিশ্ববিদ্যালয়