গুৱাহাটী নিৰ্বাচন-২০১৯ গুৱাহাটীত পুনৰ আগত কুইন ওজা… গুৱাহাটীত পুনৰ আগত কুইন ওজা… asomiyapratidin 23 May 2019 11:11 IST Follow UsNew Updateগুৱাহাটীত পুনৰ আগবাঢ়িছে বিজেপি প্ৰাৰ্থী কুইন ওজা।ওজাই লাভ কৰা ভোটৰ সংখ্যা ৫৫১৩২টা।ববিতা শৰ্মাই ৪৯১৬১টা ভোট লাভেৰে দ্বিতীয় স্থানত আছে।উপমন্যু হাজৰিকাই লাভ কৰিছে ৮৮১টা ভোট।৩৬০টা ভোট লাভ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী জোনমণি খাউণ্ডে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক