গুৱাহাটী নিৰ্বাচন-২০১৯ গুৱাহাটীত কুইন ওজা আৰু ববিতা শৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা… গুৱাহাটীত কুইন ওজা আৰু ববিতা শৰ্মাৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা… asomiyapratidin 23 May 2019 11:34 IST Follow UsNew Updateএই মুহূৰ্তলৈকে ৮৩৫৭১টা ভোট লাভেৰে প্ৰথম স্থানত আছে গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা।৮১,৯০৫টা ভোট লাভেৰে দ্বিতীয় স্থানত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা।উপমন্যু হাজৰিকাই লাভ কৰিছে ১৪৬৯টা ভোট।জোনমণি খাউণ্ডে লাভ কৰা ভোটৰ সংখ্যা ৫৯৯।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক