New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/agrani-new-election-2019-face-pic.jpg)
- লাচিত নগৰৰ কালি মন্দিৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনাময় পৰিস্থিতি।
- ভোটৰ বুটাম টিপিছিল বেলেগত, ভিভিপেটত জিলিকিল অন্য এজন প্ৰাৰ্থীক ভোট দিয়াৰ তথ্য।
- প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাৰ ক্ষেত্ৰতেই হ'ল এই অঘটন।
- বিশিষ্ট নাগৰিকগৰাকীয়ে এই সন্দৰ্ভত প্ৰতিবাদ সাব্যস্ত কৰে ভোটগ্ৰহণ কেন্দ্ৰটোত থকা নিৰ্বাচনী বিষয়াৰ সন্মুখত।
- ভোটটো বাতিল কৰিবলৈ তেওঁ দাবী জনাইছিল।
- নিৰ্বাচনী বিষয়াই ক'লে বাতিল কৰিব নোৱাৰে ভোটটো।
- হৰেকৃষ্ণ ডেকাৰ প্ৰশ্ন- কি কৰিব তেতিয়াহ'লে তেওঁ?
- নিৰ্বাচনী বিষয়াই জনালে- এই ভোটটো চেলেঞ্জ কৰিব পাৰে তেওঁ।
- লগতে ইয়াকো জনালে, যদি তেওঁ মিছাকৈ এই অভিযোগ কৰিছে তেনেহ'লে তেওঁৰ শাস্তি হ'ব।
- চাওঁক ভিডিঅ'-
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us