New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/33a3e916-2751-4b7a-a676-59b491a3047b.jpg)
- মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
- ভোটগ্ৰহণৰ বাবে প্ৰশাসনে কটকটীয়া কৰিছে নিৰাপত্তা ব্যৱস্থা।
- বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ লগতে গুৱাহাটী লোকসভা সমষ্টিটো অনুষ্ঠিত হ'ব মঙলবাৰে ভোটগ্ৰহণ।
- ভৰলুমুখৰ সোণাৰাম ফিল্ডত ব্যস্ত মহানগৰ আৰক্ষী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/1b72646a-2207-4197-851c-ca7342c8d4be.jpg)
- দেওবাৰৰ পুৱাৰে পৰা ব্যস্ততা পৰিলক্ষিত হৈছে মহানগৰ আৰক্ষীৰ।
- উল্লেখ্য যে, মহানগৰীৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ নিৰাপত্তা ব্যৱস্থা নিয়ন্ত্ৰিত হ'ব সোণাৰাম ফিল্ডৰ পৰা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us