/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/1b465cec-aafa-4f80-95b2-17a276e399cf/o23.jpg)
-
মহানগৰীৰ হাতীগাঁও চাৰিআলিত ভয়ংকৰ অগ্নিকাণ্ড
-
হাতীগাঁও চাৰিআলিৰ মছজিদৰ বিপৰীত দিশত এই অগ্নিকাণ্ড
-
এটা বাসগৃহৰ পৰা সম্প্রসাৰিত জুই
-
অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই
-
ঘটনাস্থলীলৈ ৰাওনা আৰক্ষীসহ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী
-
২৫ ৰো অধিক ঘৰ ভস্মীভূত
-
৬ টা চিলিণ্ডাৰ বিস্ফোৰণ
-
জানিব পৰা মতে এখন বাহন ভস্মীভূত হয়।
Also Read: লামডিংত অপেন বেডমিন্টন চেম্পিয়নশ্বিপ প্ৰতিযোগিতা