/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/df9b4541-db7d-491d-b50a-24788c93225a/fire_2.jpg)
বিজুলী ভৱনৰ পঞ্চম মহলাত বিধ্বংসী অগ্নিকাণ্ড...
গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আগ্নিকাণ্ড।
পল্টনবজাৰস্থিত বিজুলী ভৱনত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
বিজুলী ভৱনৰ পঞ্চম মহলাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
ঘটনাস্থলীত উপস্থিত অগ্নি নিৰ্বাপক বাহিনী।
এতিয়াও নিৰ্বাপিত হোৱা নাই জুই।
কি কাৰণত এই অগ্নিকাণ্ড সংঘটিত হৈছে সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা নাই।
অগ্নিকাণ্ডৰ ফলত হতাহতিৰো কোনো সবিশেষ তথ্য এই পৰ্যন্ত আমাৰ হাতত পৰা নাই।
Also Read: সৰুপথাৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ