New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/a3fa9ebc-92a6-4fee-a82b-fc5d26612fc4/diganta_bora_21.jpg)
বিশ্বজিৎ হাজৰিকা অপহৰণ কাণ্ডৰ সফলতাঃ ২৪ আৰক্ষীলৈ পুৰস্কাৰ ঘোষণা...
মহানগৰ আৰক্ষী আয়ুক্তৰ পুৰস্কাৰ ঘোষণা।
অপহৰণকাণ্ডৰ তদন্তত সফল হোৱাৰ বাবে নগদ ধনৰ পুৰস্কাৰ।
তদন্তত জড়িত ২৪ বিষয়া, আৰক্ষীলৈ আগবঢ়াব এই পুৰস্কাৰ।
বিশ্বজিৎ হাজৰিকাৰ অপহৰণ কাণ্ডৰ সফলতাৰ বাবে পুৰস্কাৰ ঘোষণা আৰক্ষী আয়ুক্তৰ।