/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/add7bbfa-f4b9-4d6d-b888-391e1a254bea/8.jpg)
-
উত্তৰ গুৱাহাটী শিলসাঁকোত অঘটন ।
-
পুৱতি নিশা তীব্ৰবেগী ডাম্পাৰ সোমাল গৈ শুৱনি কোঠাত।
-
কথমপি প্ৰাণ ৰক্ষা পৰিল পিতাম্বৰ শৰ্মাৰ পৰিয়ালৰ চাৰি সদস্যৰ ।
-
পতিবেশীয়ে কোঠাৰ পৰা উদ্ধাৰ কৰিলে আঘাতপ্ৰাপ্ত লোকসকলক ।
-
পথৰ দাঁতিৰ গছ মহতিয়াই ডাম্পাৰে বৈদ্যুতিক খুঁটা মহতিয়াই সোমাল শুৱনি কোঠাত।
-
স্থানীয় ৰাইজে ডাম্পাৰৰ সন্ত্ৰাসৰ প্ৰতিবাদ কৰি ঘটনা সংঘটিত কৰা ডাম্পাৰখন আবদ্ধ কৰে।