New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/46a756d1-e8c8-4d1a-a8d1-ca15a25b168c/3.jpg)
নিশা গুৱাহাটীৰ কমাৰ্চ পইণ্টত সুৰাসক্ত যুৱকৰ উদ্ভণ্ডালি
বিলাসী বাহনত আহি প্রথমে উদ্ভট আচৰণ আৰু পিছত পথচাৰীক মাৰপিট
ৰিংকু তালুকদাৰ নামৰ এজন যুৱকৰ নেতৃত্বত উদ্ভণ্ডালিৰ অভিযোগ
প্রাঞ্জল বৰা নামৰ এগৰাকী সাংবাদিকক প্রহাৰ
ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ আটক কৰে দলটোক
Also Read: কাছাৰত ৮ টা চোৰাং ম'হ জব্দ