New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-22.jpg)
ৰে'লৱেৰ লগত অসম ৰাজ্যিক পৰিবহণ নিগমৰ চুক্তিঃ জালুকবাৰীত হ'ব নতুন ISBT...
শনিবাৰে নিশা গাড়ীগাঁও মেধিপাৰাত জালুকবাৰী আৰক্ষীৰ অভিযান।
অভিযানত বুজন পৰিমাণৰ গাঞ্জাসহ গ্রেপ্তাৰ কুখ্যাত ড্রাগছ বেপাৰী।
গ্রেপ্তাৰ বিকি চৌধুৰী নামৰ ড্রাগছ বেপাৰীটো।
আৰক্ষী অহাৰ উমান পাই বেপাৰীটোৰ পিতৃৰ পলায়ন।
ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।