New Update
/asomiyapratidin/media/media_files/2025/05/26/h9bL1k1KmjEwo2qbTmKq.jpg)
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক পঞ্জীয়ক নিযুক্তি।
- ড০ ৰাজীৱ সন্দিকৈ বিশ্ববিদ্যালয়খনৰ নতুন শৈক্ষিক পঞ্জীয়ক।
- বিশ্ববিদ্যালয়খনৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড০ সন্দিকৈ।
- তেওঁ প্ৰায় ৯ বছৰ ধৰি ডেপুটি পঞ্জীয়ক হিচাপেও দায়িত্ব পালন কৰিছিল।
- অহা ১ জুনৰ পৰা তেওঁ গ্ৰহণ কৰিব এই নতুন দায়িত্ব।
- ড০ সন্দিকৈয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়তো সহযোগী অধ্যাপক হিচাপে কৰ্তব্য পালন কৰিছিল।