/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/86dc64e2-68ca-42b9-8b22-7d6b38f18264/111.jpg)
-
গুৱাহাটীৰ বামুণীমৈদামত ভয়ংকৰ অগ্নিকাণ্ড
-
গণেশনগৰত সংঘটিত হৈছে এই ঘটনা
-
মন্দিৰত জ্বলোৱা চাকিৰ পৰা অগ্নিকাণ্ডৰ সূত্রপাত
-
ৰবীন চৌধুৰী নামৰ লোকজনৰ বাসগৃহ ভস্মীভূত
-
অগ্নিনিৰ্বাপক বাহিনীৰ ৩খন বাহনে জুই নিৰ্বাপন কৰে
-
লক্ষাধিক টকাৰ সামগ্রী জুইত জাহ গ'ল অগ্নিকাণ্ডৰ ফলত