পুৱা ৫ বজাৰৰ পৰাই ভোটাৰৰ ভিৰ, বিকল ই ভি এমৰ বাবে ডেৰ ঘণ্টা পলমকৈহে ভোটগ্ৰহণ, VIDEO

পুৱা ৫ বজাৰৰ পৰাই ভোটাৰৰ ভিৰ, বিকল ই ভি এমৰ বাবে ডেৰ ঘণ্টা পলমকৈহে ভোটগ্ৰহণ, VIDEO

author-image
asomiyapratidin
New Update
পুৱা ৫ বজাৰৰ পৰাই ভোটাৰৰ ভিৰ, বিকল ই ভি এমৰ বাবে ডেৰ ঘণ্টা পলমকৈহে ভোটগ্ৰহণ, VIDEO

  • তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে পুৱা ৫বজাৰ পৰা ভোটাৰৰ ভিৰ গুৱাহাটী লোকসভা সমষ্টিৰ দিছপুৰ সমষ্টিৰ ডিমৰীয়াত।
  • বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ দিঘলীয়া শাৰী।
  • কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভি এম বিকল হোৱাত এক ডেৰ ঘণ্টা পলম হয় ভোট গ্ৰহণত।
  • দিঘলীয়া শাৰী হোৱাত উলনীৰ এটা ভোট দান কেন্দ্ৰত মূৰ ঘূৰাই এগৰাকী মহিলা ঢলি পৰে।