কাইলৈ মুকলি হ'ব দীঘলীপুখুৰী-নিউ গুৱাহাটী উৰণ সেতু

কাইলৈ মুকলি হ'ব দীঘলীপুখুৰী-নিউ গুৱাহাটী উৰণ সেতু। মহাৰাজ পৃথুৰ নামত নামাকৰণ কৰা হৈছে উৰণ সেতুখন। ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু দীঘলীপুখুৰী-নতুন গুৱাহাটী উৰণ সেতু।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-09 at 1.07.43 PM
  • কাইলৈ মুকলি হ'ব দীঘলীপুখুৰী-নিউ গুৱাহাটী উৰণ সেতু 
  • মহাৰাজ পৃথুৰ নামত নামাকৰণ কৰা হৈছে উৰণ সেতুখন
  • ৰাজ্যৰ দীৰ্ঘতম উৰণ সেতু দীঘলীপুখুৰী-নতুন গুৱাহাটী উৰণ সেতু
  • ৮৫০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হৈছে উৰণ সেতুখন
  • ১৮ মাহৰ ভিতৰত এই সেতুখনৰ নিৰ্মাণ কাৰ্য কৰা হৈছে
  • উৰণ সেতুখনত আছে ১২২টা খুঁটা
  • উৰণ সেতুখনৰ দৈঘ্য ৫.৫ কিলোমিটাৰ 

WhatsApp Image 2026-03-09 at 1.12.03 PM

গুৱাহাটী