/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/bb225d09-5dad-4540-8a77-7ea8cf73087a/de.jpg)
আকৌ গ্ৰেপ্তাৰ হ'ল দ্বীবন ডেকা...
-
অৱশেষত গ্ৰেপ্তাৰ কৰিলে দ্বীবন ডেকাক।
-
চানমাৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডেকাক।
-
ইফালে সোধ-পোছৰ অন্তত অন্তত যাবলৈ দিয়ে সদ্য অপসাৰিত বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক।
-
ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰে নাম সাঙোৰ খাইছিল ডেকাৰ।
-
শুকুৰবাৰে পুৱা জেৰাৰ বাবে মাতিছিল আৰক্ষীয়ে।
-
দিনটোৰ সোধ-পোছৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় দ্বীবন ডেকাক।
-
ইন্দ্ৰাণী তহবিলদাৰৰ অন্তৰংগ মুহূৰ্তৰ ফটো সিদ্ধাৰ্থ ভট্টাচাৰ্যলৈ প্ৰেৰণ কৰিছিল তেওঁ।
-
দ্বীবনৰ বিৰুদ্ধে আন এজন অভিযুক্ত অভিমন্যু দাসেও তুলিছিল গুৰুতৰ অভিযোগ।
-
এছ আই কেলেংকাৰীৰে জড়িত হৈ কাৰাগাৰলৈ যোৱা দ্বীবন ডেকা কিছু দিনপ পূৰ্বে আহিছিল মুকলি আকাশৰ তললৈ।
Also Read: দেৱেন দত্ত