/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8cff53fd-1bdf-48ef-ba1a-f93d0865b933/111.jpg)
-
মহানগৰীৰ দক্ষিণগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড
-
নিৰ্মীয়মান অট্টালিকাৰ ৯ মহলাত সংঘটিত এই অগ্নিকাণ্ড
-
শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ
-
চাটাৰিঙৰ কাম চলি আছিল অট্টালিকাটোত
-
৯খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপন
-
প্রায় ৪০জনকৈ বনুৱাই কাম কৰি আছিল অট্টালিকাটোত
-
নিশা প্রায় ১০ বজালৈকে কাম কৰি আছিল বনুৱাই
-
নিৰ্মীয়মান অট্টালিকাটো বদৰুদ্দিন আজমলৰ বুলি জানিব পৰা গৈছে