/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-24.jpg)
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মহিলাৰ মৃতদেহ...
গুৱাহাটী মহানগৰীত পুনৰ উদ্ধাৰ মৃতদেহ।
এইবাৰ হাতীগাঁৱত উদ্ধাৰ হৈছে এগৰাকী মহিলাৰ মৃতদেহ।
হাতীগাঁৱৰ খানকা ঈদগাহ মৈদানৰ সমীপৰ এখন দলঙৰ তলত উদ্ধাৰ হৈছে এই মৃতদেহ।
বৰ্তমানো চিনাক্ত কৰিব পৰা হোৱা নাই মৃতদেহ।
ঘটনাস্থলীত উপস্থিত হৈছে হাতীগাওঁ আৰক্ষী।
আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Also Read: কৃতী শিক্ষক ৰাজেন্দ্ৰ প্ৰসাদ ভাগৱতীৰ মৃত্যুত মঙলদৈত শোকৰ ছাঁ...