গুৱাহাটীত উদ্ধাৰ ঘিলামৰাৰ যুৱকৰ মৃতদেহ...

গুৱাহাটীত উদ্ধাৰ ঘিলামৰাৰ যুৱকৰ মৃতদেহ...
গুৱাহাটীত উদ্ধাৰ ঘিলামৰাৰ যুৱকৰ মৃতদেহ...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ মৃতদেহ। এইবাৰ স্থান গুৱাহাটীৰ শংকৰ পথ। শংকৰ পথৰ এটা বাসগৃহত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ।

জানিব পৰা মতে বন্ধুৰ সৈতে ভাড়াঘৰত আছিল মৃত যুৱকজন। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছেগৈ হাতীগাওঁ আৰক্ষী। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত।

মৃত যুৱকজনক লখিমপুৰৰ ঘিলামৰাৰ প্ৰদীপ দাস বুলি চিনাক্ত। মৃত প্ৰদীপ দাস শংকৰ পথৰ হাউচ নং ৪০ ত ভাড়াতীয়া হিচাপে আছিল তেওঁ।

গুৱাহাটীত উদ্ধাৰ ঘিলামৰাৰ যুৱকৰ মৃতদেহ...
২৪ মাৰ্চৰ পৰা বটদ্ৰৱা থানত দৌল যাত্ৰা মহোৎসৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in