/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
চন্দ্ৰপুৰত উদ্ধাৰ অচিনাক্ত যুৱকৰ মৃতদেহঃ ৰাজধানী এক্সপ্ৰেছে খুন্দিওৱাৰ সন্দেহ...
-
পুনৰ চন্দ্রপুৰত উদ্ধাৰ হৈছে মৃতদেহ।
-
চন্দ্ৰপুৰৰ ৰে’ল পথত উদ্ধাৰ হৈছে এগৰাকী যুৱকৰ মৃতদেহ।
-
ঠাকুৰকুচি ৰে’ল ষ্টেচনৰ সমীপত উদ্ধাৰ হৈছে মৃতদেহটো।
-
এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই মৃতদেহটো।
-
ৰাজধানী এক্সপ্রেছৰ খুন্দাত যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ।
Also Read: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ তিনিজনীয়া উচ্চ পৰ্যায়ৰ তদন্তকাৰী দলক সাক্ষাৎ দল- সংগঠনৰ