মহানগৰীৰ লাচিত নগৰত ছুৰীৰে আক্ৰমণ দুৰ্বৃত্তৰ...

মহানগৰীৰ লাচিত নগৰত ছুৰীৰে আক্ৰমণ দুৰ্বৃত্তৰ...
  • মহানগৰীৰ লাচিত নগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

  • লাচিত নগৰৰ হনুমান মন্দিৰৰ সমীপত ছুৰীৰে আঘাত এগৰাকী ভিক্ষাৰীক

  • দিন-দুপৰতে মহানগৰীত ছুৰীৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ

  • আঘাতপ্ৰাপ্ত ভিক্ষাৰীজনক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in