New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/9d7b7dcd-2f25-406d-937d-3a265bac19a9/222.jpg)
মহানগৰীৰ লাচিত নগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা
লাচিত নগৰৰ হনুমান মন্দিৰৰ সমীপত ছুৰীৰে আঘাত এগৰাকী ভিক্ষাৰীক
দিন-দুপৰতে মহানগৰীত ছুৰীৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা দুৰ্বৃত্তৰ
আঘাতপ্ৰাপ্ত ভিক্ষাৰীজনক মুমুৰ্ষ অৱস্থাত উদ্ধাৰ কৰে আৰক্ষীয়ে