
মহানগৰীৰ ৰুক্মিণীগাঁৱত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ।
এটা এপাৰ্টমেণ্টত মৃতদেহ উদ্ধাৰক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি।
মৃতদেহটো জ্যোতিষ তালুকদাৰ নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে।
এপাৰ্টমেণ্টটোৰ কেয়াৰটেকাৰ হিচাপে কৰ্মৰত আছিল তালুকদাৰ।
এপাৰ্টমেণ্টটোৰ এটা নলাত পৰি আছিল জ্যোতিষৰ মৃতদেহ।
ঘটনাস্থলীত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।