New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/ad673063-50ad-4e50-a532-ba1b1873f3bd/cycle_chor.jpg)
ৰাজগড়ত চাইকেল চোৰ আটক।
ৰাজগড়ৰ ২ নং বাইলেনৰ ব্যৱসায়ী প্ৰাণজিৎ দাসৰ চাইকেলখন চুৰি কৰি লৈ গৈছিল।
চোৰ জনক স্থানীয় ৰাইজে আটক কৰি চান্দমাৰী আৰক্ষীক গতাই দিয়ে।
ধৃত চোৰ জনৰ নাম ৰোহিত প্ৰধান (২২)।
ধৃত ৰোহিতৰ ঘৰ মহানগৰীৰ শিলপুখুৰীত।
Also Read: অপৰূপ সৌন্দৰ্যৰ আকৰ প্যাগডা ফুল