New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
গুৱাহাটীৰ নৱগ্রহৰ সমীপৰ প্রাকৃতিক নিৱাসত অঘটন।
অট্টালিকাটোৰ ব্লক-৬ৰ ষষ্ঠ মহলাৰ পৰা পৰি এগৰাকী যুৱতীৰ মৃত্যু।
মৃত যুৱতীগৰাকীৰ নাম মীনা মুণ্ডা।
উল্লেখ্য যে, অনিল আগৰৱালা নামৰ এজন লোকৰ ঘৰত বন কৰা হিচাপে আছিল মীনা।
যুৱতীগৰাকীৰ বয়স ২২ বছৰ বুলি জানিব পৰা গৈছে।
Also Read: ৰাইডঙীয়াত 'বিকাশ'ৰ উদ্যোগত ৰচনা প্ৰতিযোগিতা