New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
মহানগৰীত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ।
চন্দ্রপুৰত আৰক্ষীৰ গুলীত আহত চিলনী চোৰ।
চিলনী চোৰটোৰ নাম অৰ্জুন সাহা।
মহিলাৰ চেইন টানি চুৰি কৰিছিল অৰ্জুন সাহাই।
বাঁও ভৰিত গুলী লাগিছে অৰ্জুনৰ।
অৰ্জুন সাহাক ইতিমধ্যেই ভৰ্তি কৰোৱা হৈছে জি এম ছি এইছত।
Also Read: ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসঃ কাজিৰঙাত তাঁতশালত সপোন ৰচিছে জীয়ৰী-বোৱাৰীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us