/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
ভগদত্তপুৰৰ শিশু নিৰ্যাতনৰ ঘটনাৰে জড়িতক গ্রেপ্তাৰ।
আৰক্ষীয়ে গ্রেপ্তাৰ কৰে প্রেমভদ্র হাছানুক।
দিছপুৰ আৰু ভগদত্তপুৰ আৰক্ষীয়ে শনিবাৰে নিশা গ্রেপ্তাৰ কৰে লোকজনক।
প্রেমভদ্র হাছানু আৰু চাবিনা লাংথাছাই নিৰ্যাতন চলাইছিল ভুক্তভোগী শিশুটিক।
শিশুটিক নিৰ্যাতনৰ চলোৱাৰ তথ্য প্রমাণিত হৈছে স্বাস্থ্য পৰীক্ষাত।
ভগদত্তপুৰ থানাত নিৰ্যাতনকাৰী দম্পতীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল।
উক্ত গোচৰৰ ভিত্তিতেই গ্রেপ্তাৰ হয় দম্পতীটো।