/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/98b79dd4-6dd8-4299-b764-ff4fe28b61e8/fire.jpg)
-
মহানগৰীৰ চানমাৰীত ভয়ংকৰ অগ্নিকাণ্ড।
-
দপদপকৈ জ্বলি উঠিল যাত্ৰীবাহী ৰেলৰ দবা।
-
চানমাৰী উৰণীয়া সেতুৰ ওচৰত সংঘটিত এই ঘটনা।
-
জুই লগা সময়ত চলন্ত অৱস্থাত আছিল ৰেলখন।
-
নামনিমুৱা যাত্ৰীবাহী ৰেলত সংঘটিত এই অগ্নিকাণ্ড।
-
কি কাৰণে এই অগ্নিকাণ্ড সংঘটিত হয় জানিব পৰা হোৱা নাই।
-
এই পৰ্যন্ত অগ্নিনিৰ্বাপন কৰিবলৈ হ'বলৈ সক্ষম হোৱা নাই।
-
বাতৰি লিখা পৰলৈকে ক্ষয়-ক্ষতি বা আহতৰ খবৰ আহি পৰা নাই।
-
উক্ত দবাত যাত্ৰীৰ বয় বস্তু কঢ়িয়াই নিয়া হৈছিল।