মহানগৰীত দুখন বাহনসহ ৫ টাকৈ গৰু জব্দ...

মহানগৰীত দুখন বাহনসহ ৫ টাকৈ গৰু জব্দ...
মহানগৰীত দুখন বাহনসহ ৫ টাকৈ গৰু জব্দ...

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ সৰবৰাহ। এইবাৰ মহানগৰীত আৰক্ষীয়ে জব্দ কৰিলে গৰু ভৰ্তি দুখনকৈ বাহন।

নুনমাটী আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি দুখন বাহন। দুয়োখন বাহনত আনিছিল ৫ টাকৈ গৰু। জানিব পৰা মতে গৰু কেইটা জাগীৰোডৰ পৰা নুনমাটিলৈ সৰবৰাহ কৰা হৈছিল।

নুনমাটী আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নম্বৰ ক্ৰমে- AS25 EC2547, AS25 DC3958। সমগ্র ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

মহানগৰীত দুখন বাহনসহ ৫ টাকৈ গৰু জব্দ...
শিৱসাগৰৰ আমগুৰিত ছাত্ৰৰ মৃত্যুৱে সৃষ্টি কৰিছে চাঞ্চল্য...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in