বোন্দা আঞ্চলিক উচ্চ বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ব্যাপক উৎসাহ…

বোন্দা আঞ্চলিক উচ্চ বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ব্যাপক উৎসাহ…

author-image
asomiyapratidin
New Update
বোন্দা আঞ্চলিক উচ্চ বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ব্যাপক উৎসাহ…

  • বোন্দা আঞ্চলিক উচ্চ বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত শান্তিপূৰ্ণভাৱে চলি আছে ভোটদান।
  • ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটাৰৰ দীঘল শাৰী।
  • প্ৰসৰ ৰদ'কো নেওচি ভোটদানৰ বাবে ওলাই আহিছে অগণন লোক।
  • গৰমৰ বাবে শাৰী পাতিয়েই বহি পৰিছে ভোটাৰ।
  • পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটাৰৰ মাজত ব্যাপক উৎসাহ।