/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e30bca9-a3a1-4a84-bce0-0df1fa96f861/pic_eimuhurtor_khobor_copy.jpg)
EI MUHURTAR KHABAR
-
দিছপুৰ আৰক্ষীৰ জালত এটা প্রৱঞ্চক।
-
ধৃত প্রৱঞ্চকটো বৰপেটাৰ ছাহিদ আলী।
-
দীৰ্ঘদিন ধৰি এগৰাকী যুৱতীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন।
-
অবিবাহিত বুলি পৰিচয় দি প্রেমৰ সম্পৰ্ক গঢ়িছিল ডিব্রুগড়ৰ যুৱতীৰে।
-
যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ’ প্রস্তুত কৰি ব্লেকমেইল কৰাৰো অভিযোগ।
-
সনাতনী ভূমিপুত্র মঞ্চ অসম নামৰ এটা সংগঠনৰ সহযোগত আটক আৰক্ষীৰ।
-
ছুপাৰ মাৰ্কেটৰ পৰা আটক যুৱকজনক।
-
বিবাহিত ছাহিদ আলী দুটি সন্তানৰ পিতৃ।