/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/edf5d566-a9fe-41d3-a71e-427114b66c32/2.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে কামাখ্যা মন্দিৰৰ পাৰ্কিঙত সৃষ্টি হয় মাৰপিট ঘটনা। দেৱালয়ৰ পাৰ্কিং কৰ্মচাৰী আৰু বীৰ লাচিত সেনাৰ সদস্যৰ মাজত সৃষ্টি হয় হতাহতি। পৰ্কিঙক লৈ সূত্ৰপাত হৈছিল এই সংঘাত। এই ঘটনাৰ পিছতেই কামাখ্যা মন্দিৰৰ পৰিচালনা সমিতিয়ে বীৰ লাচিত সেনা নানৰ সংগঠনটোৰ নেতা কেইজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৬ জন সদস্যক।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সংগঠনটোৰ মুখ্য সচিব বিকাশ অসম, উপ-সভাপতি তপন শৰ্মা , সংগঠনটোৰ সদস্য মতিউৰ ৰহমান, ৰবি দিহিঙ্গীয়া, মনোজ ডেকা আৰু বিক্ৰান্ত কলিতাক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us