জ্যেষ্ঠ সংগীত শিল্পী ভূপেন উজীৰ অসুস্থ...

জ্যেষ্ঠ সংগীত শিল্পী ভূপেন উজীৰ অসুস্থ...
জ্যেষ্ঠ সংগীত শিল্পী ভূপেন উজীৰ অসুস্থ...
  • বিশিষ্ট শিল্পী ভূপেন উজীৰ অসুস্থ।

  • অসুস্থ শিল্পীগৰাকীক ভৰ্তি কৰোৱা হৈছে নেমকেয়াৰ হাস্পতালত।

  • শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে তেওঁ।

  • জানিব পৰা মতে দীৰ্ঘদিন ধৰি তেওঁ অসুস্থ হৈ আছে।

  • ব্যক্তিগত চিকিৎসালয়খনত এক বিশেষজ্ঞৰ চিকিৎসকে দলে চিকিৎসা প্ৰদান কৰিছে সংগীত শিল্পীগৰাকীক।

জ্যেষ্ঠ সংগীত শিল্পী ভূপেন উজীৰ অসুস্থ...
গহপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান নিউ স্কলাৰ্ছ একাডেমীৰ সফলতা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in