বশিষ্ঠ আৰক্ষীৰ বৃহৎ সফলতা

বশিষ্ঠ আৰক্ষীয়ে হাঁহি বিৰিঙালে বহু লোকৰ মুখত। কিয়নো একাংশ লোকে ঘূৰাই পালে নিজৰ হেৰুওৱা মোবাইল ফোনতো।  

author-image
Asomiya Pratidin
New Update
image (36)
  • বশিষ্ঠ আৰক্ষীয়ে হাঁহি বিৰিঙালে বহু লোকৰ মুখত  
  • কিয়নো একাংশ লোকে ঘূৰাই পালে নিজৰ হেৰুওৱা মোবাইল ফোনতো 
  • সৰ্বমুঠ ৭৮ তা মোবাইল ফোন উদ্ধাৰ কৰি উভটালে ৰাইজৰ মাজত
  • হেৰুওৱা মোবাইল টো উভতাই পাই উৎফুল্লিত ৰাইজ
  • বশিষ্ঠ আৰক্ষীক ধন্যবাদ জনালে ভুক্তভোগীসকলে 


 

বশিষ্ঠ আৰক্ষী